সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো লোকৰ বা বস্তুবাহানিৰ পৃথকে পৃথকে হিচাপ ৰখা বহী
উদাহরণ : দোকানীজনে মোৰ হিচাপখিনি কৰিবৰ কাৰণে খাটা-বহী উলিয়ালে
সমার্থক : খাটা বহী, খাটা-বহী
অর্থ : বেংকৰ দ্বাৰা দিয়া এক ধৰণৰ নিধিৰ হিচাপ-নিকাচ কৰিব পৰা বহী
উদাহরণ : মোৰ খাটাত মাত্র পাঁচশ টকা আছে
সমার্থক : একাউণ্ট, একাউণ্ট বহী
ইনস্টল