সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কবিতা বা গীতৰ কোনো চৰণ বা পদ
উদাহরণ : সীতাই স্বৰচিত কবিতাৰ এটা খণ্ড শুনালে
অর্থ : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ
উদাহরণ : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে
সমার্থক : টুকুৰা, পীচ
অর্থ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
উদাহরণ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
সমার্থক : অংগ, অংশ, টুকুৰা, বিভাগ, ভাগ
অর্থ : যিকোনো বস্তুৰ গোটা টুকুৰা
উদাহরণ : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
সমার্থক : টুকুৰা
অর্থ : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়
উদাহরণ : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে
সমার্থক : অধ্যায়, পর্ব
অর্থ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি
উদাহরণ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা
সমার্থক : অংক, নম্বৰ, সংখ্যা
অর্থ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড
উদাহরণ : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে
সমার্থক : টুকুৰা, ভাগ
অর্থ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে
উদাহরণ :
সমার্থক : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, ছেদ, পাঠ, ভাগ
ইনস্টল