পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কৰযোগ্য শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কৰযোগ্য   বিশেষণ

অর্থ : যাৰ ওপৰত কৰ, শুল্ক আদি লগোৱা হৈছে

উদাহরণ : তহচিলদাৰে মোৰ কৰযোগ্য সম্পত্তিৰ হিচাপ-নিকাচ কৰি আছে

অর্থ : যাৰ বা যিহৰ ওপৰত কৰ লগাব পাৰি

উদাহরণ : সকলোৱে নিজৰ কৰযোগ্য সম্পত্তিৰ বিৱৰণ দিব লাগিব