অর্থ : একেশ্রেণীৰ সকলো ছাত্র-ছাত্রী বহি পঢ়া পঢ়াশালীৰ কোঠা বিশেষ
উদাহরণ :
আমাৰ বিদ্যালয়ত দুটা নতুন শ্রেণীকোঠা সাজি আছে
সমার্থক : শ্রেণীকোঠা
অর্থ : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
উদাহরণ :
এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
সমার্থক : শ্রেণী
অর্থ : * বিদ্যার্থীসকলৰ সেই শ্রেণী যি একেলগে স্নাতক কৰিছে বা কৰি আছে
উদাহরণ :
শ্যামা বিশ্ববিদ্যালয়ৰত মোৰ ক্লাছৰে আছিল
সমার্থক : ইয়েৰ