সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শত্রুৰ পৰা ৰক্ষা পাবৰ কাৰণে চাৰিওপিনৰ পৰা দেৱালেৰে আগুৰা আৰু সুদৃঢ়ভাৱে সজা ভৱন
উদাহরণ : মোগল যুগৰ দুর্গবোৰ স্থাপত্য কলাৰ ভাল নিদ্্র্শন
সমার্থক : কিলা, কিল্লা, গড়, দুর্গ
অর্থ : সুৰক্ষাৰ কাৰণে চাৰিওফালে সাজি লোৱা দেৱাল
উদাহরণ : সৈনিকে গড় ভাঙি কিল্লাটোত সোমাই পৰিল
সমার্থক : গড়, প্রাচীৰ
ইনস্টল