অর্থ : কোনো বিশেষ কার্য ্বা উদ্দেশ্যৰ নিমিত্তে কিছুমান লোক অস্থায়ীভাৱে থকা ঠাই বিশেষ
উদাহরণ :
চকুৰ চানিপৰা ৰোগৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে ডাক্তৰে দহ দিনৰ শিবিৰ পাতিছে
সমার্থক : শিবিৰ
অর্থ : কোনো কামৰ কাৰণে সহযোগিতাৰে কৰা এক বিশেষ আয়োজন
উদাহরণ :
এই শিবিৰটো দুদিন ধৰি চলিব
সমার্থক : শিবিৰ