সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নতুনকৈ ওলোৱা গছৰ কোমল পাত
উদাহরণ : তেওঁ ্ গছৰ পৰা কুঁহিপাত ছিঙি আছে বসন্তকালত গছে কুঁহি মেলে
সমার্থক : কুঁহি, কুঁহিপাত, কোঁহ, নতুনপাত, নৱপত্র, নৱপল্লৱ, পত্রাঙ্কুৰ, পত্রোদ্গম
অর্থ : ৰোপিত বীজৰ পৰা প্রথমে ওলোৱা কোমল সৰু ঠাৰি যʼৰ পৰা নতুন পাত ওলায়
উদাহরণ : পথাৰত বুটমাহৰ গঁ্জালি ওলাইছে
সমার্থক : অংকুৰ, গঁ্জালি
ইনস্টল