সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হাতোৰা লগ লাগি থকা হাতৰ অংশ
উদাহরণ : ৰামে মোৰ কান্ধত খামুচি ধৰিলে
সমার্থক : স্কন্ধ, স্কন্ধদেশ
অর্থ : মূৰৰ সৈতে শৰীৰৰ জোৰা লগোৱা পিঠিৰ বাহিৰৰ অংশ বিশেষ
উদাহরণ : মই গলধনত মোচোকা খালোঁ
সমার্থক : গলধন
অর্থ : শৰীৰৰ ডিঙি আৰু বাহুৰ মাজৰ অংশ
উদাহরণ : হনুমানে ৰাম আৰু লক্ষ্মণক নিজৰ দুই কান্ধত বহুৱাই লৈ সুগ্রীৱৰ ওচৰ পালেগৈ
সমার্থক : কান, স্কন্ধ, স্কন্ধদেশ
ইনস্টল