সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ফল, ফুল বা মূল্যবান গছ-গছনি আদি নিয়াৰিকৈ ৰুই থোৱা স্থান:লʼৰা-ছোৱালীবোৰে বাগিচাত মধুৰিআম পাৰি আছিল
উদাহরণ :
সমার্থক : উদ্যান, বাগ, বাগান, বাগিচা
অর্থ : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
উদাহরণ : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
সমার্থক : অটবী, অৰণ্য, অৰণ্যানী, গছনি, জংগল, জংঘল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বন, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
ইনস্টল