অর্থ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি
উদাহরণ :
তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে
সমার্থক : কন্দল, কলহ, কলৌ, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি
অর্থ : হাত-ভৰিৰে টনা-আজোঁৰা কৰি মাৰপিট কৰা কার্য
উদাহরণ :
তেওঁলোক দুজনৰ মাজত তুমুলভাৱে কাজিয়া লাগিল
সমার্থক : মাৰপিট