সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কার্যালয় আদি সম্বন্ধীয় সূচনা-পত্র
উদাহরণ : জুই লগাৰ বাবে কার্যালয়ৰ নথি-পত্র নষ্ট হৈ গʼল
সমার্থক : নথি-পত্র
অর্থ : কার্যালয় সম্বন্ধীয় বা-বাতৰি দিয়া লেখা
উদাহরণ : সঠিক কাগজ-পত্রৰ যোগেদি মৃগাংকই পৈতৃক সম্পত্তিৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিলে
সমার্থক : অভিলেখ, দস্তাবেজ
ইনস্টল