অর্থ : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ
উদাহরণ :
ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল
সমার্থক : ইঞ্জিন, চলন যন্ত্র, মেচিন, যন্ত্র
অর্থ : কোনো বিশেষ কাম কৰিবলৈ বা কোনো বস্তু বনাবলৈ ব্যৱহাৰ কৰা উপকৰণ
উদাহরণ :
আধুনিক যুগত নতুন নতুন যন্ত্রৰ সৃষ্টি হৈ আছে
সমার্থক : মেচিন, যন্ত্র, যন্ত্র-পাতি