সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কম হৈ অহা কার্য
উদাহরণ : বানপীড়িত গঞাই নদীৰ পানী কমা দেখি অলপ সকাহ পালে
সমার্থক : টুটা
অর্থ : নামি যোৱা বা কমি যোৱা
উদাহরণ : আজি ৰাতিপুৱাহে তেওঁৰ জ্বৰ কমিল
সমার্থক : নমা
অর্থ : একেবাৰে আদায় নোহোৱা
উদাহরণ : হাজাৰৰ পৰা এশ টকা কমি গʼল
অর্থ : মূল্য অৱনমিত হোৱা বা কমি অহা
উদাহরণ : আজিকালি সোণৰ দাম নামিছে
সমার্থক : নমা, পৰা
অর্থ : ঘাটি হোৱা বা কমি যোৱা
উদাহরণ : বৰষুণ কম হোৱাৰ কাৰণে এই বছৰ ফচল কমিল
অর্থ : ক্ষীণ হোৱা
উদাহরণ : ৰোগীৰ শৰীৰ দিনে-দিনে কমি আহিছে
সমার্থক : কমি যোৱা
ইনস্টল