সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি বয়সত সকলোতকৈ সৰু
উদাহরণ : মোৰ কনিষ্ঠ ভাইটি আহিছে
সমার্থক : কণিষ্ঠ
অর্থ : পদ, মর্যাদা বা অৱস্থাত আদিত যি সৰু
উদাহরণ : তেওঁ নিজৰ কনিষ্ঠ ্সহকর্মীসকলৰ লগত যথেষ্ট ভাল সম্পর্ক ্ৰাখে
সমার্থক : অৱৰ
অর্থ : যাৰ জন্ম পিছত হৈছে
উদাহরণ : লক্ষ্মণ ৰামৰ অনুজ ভায়েক আছিল
সমার্থক : অনুজ, সৰু
অর্থ : সকলোতকৈ সৰু
উদাহরণ : মোৰ কনিষ্ঠ আঙুলিত বিষ হৈ আছে
ইনস্টল