অর্থ : যিজন মানুহৰ এটা চকু বেয়া
উদাহরণ :
দোকানখনত দুজন কণা মানুহে পৰস্পৰৰ মাজত কাজিয়া কৰি আছিল
অর্থ : অত্যন্ত সৰু অংশ বা টুকুৰা
উদাহরণ :
ভগৱান প্রতিটো অণু-পৰমাণুতে ব্যাপি আছে
সমার্থক : অণু, অণু-পৰমাণু, কণ