পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কʼলা-বজাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কʼলা-বজাৰ   বিশেষ্য

অর্থ : মনেবিচৰা দামত বস্তু বিক্রী কৰা এখন বজাৰ

উদাহরণ : বাধ্যত পৰি আমি কʼলা-বজাৰৰ পৰা অত্যাৱশ্যকীয় বস্তু কিনিবলগীয়া হʼল

অর্থ : সঞ্চিত সামগ্রী লুকাই চুৰকৈ নিজ ইচ্ছামতে দৰ-দাম কৰি বেচা কার্য

উদাহরণ : আজিকালিৰ বেপাৰীয়ে কʼলা-বজাৰৰ পৰা বহুত টকা উপার্জন কৰে