অর্থ : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা
উদাহরণ :
তেওঁ ্মোক মেলাতে এৰিলে
সমার্থক : এৰা
অর্থ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
উদাহরণ :
ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
সমার্থক : আঁতৰি যোৱা, এৰা, ত্যাগ কৰা