অর্থ : ক্রমত নথকা অৱস্থা বা ভাব
উদাহরণ :
বিশৃংখলাৰ কাৰণে পুথি্ভঁ্ৰালত মনে বিচৰা কিতাপ বিচাৰি পোৱা নাই
সমার্থক : আউল, আলি-মুলি, খেচেং-মেচেং, খেনোমেনো, খেলমেল, খেলিমেলি, খেলেপ-জেলেপ, বিশৃংখলতা, বিশৃংখলা, বিশৃঙ্খলতা, বেবেৰিবাং, লʼবাং-লাখুটি, শৃংখলাহীনতা