সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : লিখাৰ যোগ্য
উদাহরণ : উল্লেখনীয় ঘটনাবোৰেই ইতিহাস বনায়
সমার্থক : উল্লেখনীয়, উল্লেখ্য
অর্থ : যাৰ বিষয়ে কাৰোবাৰ পৰা মত বা আদেশ বিচৰা হয়
উদাহরণ : সংসদত উল্লেখযোগ্য বিধেয়কখন সংখ্যাগৰিষ্ঠ ভোটত গৃহিত হʼল
সমার্থক : প্রসংগ উত্থাপিত
অর্থ : উল্লেখ কৰাৰ যোগ্য
উদাহরণ : তেওঁৰ চৰিত্র উল্লেখনীয়
ইনস্টল