সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিজৰ কাম, অধিকাৰ ক্ষেত্র আদিৰ সীমা পাৰ হৈ এনে ঠাই পোৱা কার্য, যʼত ্ যোৱা বা থকা অনুচিত, ্ মর্যাদা-বিৰুদ্ধ বা অবৈধ
উদাহরণ : সীমান্তত অতিক্রমণ ৰোধ কৰিবৰ কাৰণে ভাৰতীয় সেনাই পহৰা দি আছে
সমার্থক : অতিক্রমণ, উপক্রম, লংঘন
অর্থ : কোনো নিশ্চিতি, প্রতিজ্ঞা, নিয়ম বা বিধি ভাঙি পেলোৱা আৰু তাৰ বিৰুদ্ধে কাম কৰা ক্রিয়া
উদাহরণ : নিয়মৰ উলংঘন কৰোতাক দণ্ড বিহা হʼব
সমার্থক : উলঙ্ঘন
ইনস্টল