অর্থ : যিজন বহল হৃদয়ৰ
উদাহরণ :
উদাৰ ৰজাই নিজৰ ৰাজপাট দান কৰি বনলৈ গুচি গʼল
সমার্থক : উদাৰ, উদাৰচেতীয়া, দিলদাৰ
অর্থ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
উদাহরণ :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
সমার্থক : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে