সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে
উদাহরণ :
সমার্থক : অনাচ্ছাদিত, অনাবৃত, উন্মুক্ত, খোলা, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
অর্থ : ভিতৰত একো নথকা বা যি অপূর্ণ
উদাহরণ : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
সমার্থক : উকা, খালী, শূন্য, শূন্যগর্ভ, ৰিক্ত
অর্থ : ঢাকি নৰখা বা আৱৰি নৰখা
উদাহরণ : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
সমার্থক : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
ইনস্টল