অর্থ : উত্তৰআমেৰিকাৰ নিবাসী
উদাহরণ :
কেইজনমান ধনী উত্তৰআমেৰিকানে দুখীয়াৰ সহায়ৰ বাবে ধনৰাশী আগবঢ়ালে
সমার্থক : উত্তৰ আমেৰিকান, উত্তৰআমেৰিকান
অর্থ : উত্তৰআমেৰিকা সম্বন্ধী বা উত্তৰআমেৰিকাৰ
উদাহরণ :
উত্তৰআমেৰিকান দেশবোৰ অপেক্ষাকৃত ভাবে বেছি সমৃদ্ধ
সমার্থক : উত্তৰ আমেৰিকান, উত্তৰআমেৰিকান