সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আবেগিক হোৱা অৱস্থা বা ভাব বা চিত্তৰ প্রৱল বৃত্তি
উদাহরণ : মই আবেগত আহি নাজানো কি কি কʼলোঁ
সমার্থক : আবেগ, আৱেগ, আৱেশ, উচ্ছ্বাস, উন্মাদনা, ভাবাবেগ, সংবেগ, হৃদয়োচ্ছ্বাস
অর্থ : আৱেগবোৰক তীব্রতৰ কৰা কার্য ্বা অৱস্থা
উদাহরণ : মিছা দোষাৰোপ শুনাৰ লগে লগে মানসী উত্তেজনাত কঁপি উঠিল
ইনস্টল