অর্থ : মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ চিৰসেউজ গছৰ সুগন্ধি বীজ
উদাহরণ :
মোহনে চাহখিনি সুস্বাদু কৰিবৰ কাৰণে ইলাচী আৰু আদা দিছে
অর্থ : এজোপা চিৰসেউজীয়া বৃক্ষ যাৰ ফলৰ পৰা পোৱা সুগন্ধী বীজ মছলা হিচাপে ব্যৱহাৰ হয়
উদাহরণ :
এই বাগিচাত ইলাচী আদিৰ গছ আছে