অর্থ : ইটালীৰ অধিবাসী
উদাহরণ :
সেই ইটালিয়ানজনে গাঁওবাসীৰ ফটো তুলিলে
সমার্থক : ইটালী বাসী, ইটালী-বাসী, ইটালীবাসী
অর্থ : ইটালীৰ বা ইটালীৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
ইটালিয়ান পৰিব্রাজক মার্কো পʼলʼই এছিয়াৰ অন্বেষণ কৰিছিল