অর্থ : ইজৰাইলৰ অধিবাসী
উদাহরণ :
চৰকাৰে ইজৰাইলী সকলক গাঞ্জা এৰিবলৈ কৈছে
সমার্থক : ইজৰাইল বাসী, ইজৰাইলবাসী
অর্থ : ইজৰাইলৰ লগত সম্পর্ক ্থকা বা ইজৰাইলৰ
উদাহরণ :
সীমান্তত বোমা বিস্ফোৰণৰ লগে লগে সাতজন ইজৰাইলী সীমা সুৰক্ষাকাৰীৰ মৃত্যু হʼল