সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তুক ওপৰৰ পৰা বা চাৰিওফালৰ পৰা আৱৰি ৰখা বস্তু
উদাহরণ : ঢাকনীৰ কাৰণে বস্তু সুৰক্ষিত হৈ থাকে
সমার্থক : আচ্ছাদন, ঢাকনী, ্সাঁফৰ
অর্থ : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
উদাহরণ : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
সমার্থক : আচ্ছাদক, আচ্ছাদন, কবচ, ঢাকনি
অর্থ : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
উদাহরণ : বাদামৰ ওপৰত বহুত টান খোলা থাকে
সমার্থক : কবচ, খোলা
ইনস্টল