অর্থ : পৃথিৱীৰ উত্তৰ দিশত অৱস্থিত এখন মহাদেশ
উদাহরণ :
আমেৰিকা দুভাগত বিভক্ত, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা
অর্থ : উত্তৰ আমেৰিকা মহাদেশৰ এখন এখন দেশ
উদাহরণ :
ভালেমান ভাৰতীয়ই আমেৰিকাত গৈ বসবাস কৰিছে
সমার্থক : ইউ এচ এ, ইউনাইটেড ষ্টেট অৱ আমেৰিকা