অর্থ : যুদ্ধ, বিবাদ আদি বন্ধ কৰি নিজকে শত্রু বা বিপক্ষৰ হাতত অর্পণ ্কৰা কা
উদাহরণ :
ৰজা পুৰুৱে আলেকজেণ্ডাৰৰ সন্মুখত আত্মসমর্পণ কৰিছিল
সমার্থক : সমর্পণ
অর্থ : আনৰ হাতত নিজক ্অর্পণ ্কৰা বা সম্পূর্ণৰূপে কাৰোবাৰ বশত বা অধীন হৈ পৰা কার্য
উদাহরণ :
সন্ত্রাসবাদীবোৰে পুলিচৰ সন্মুখত আত্মসমর্পণ কৰিলে