সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি স্বার্থৰে ভৰা বা নিজৰ মতলব ৰ কথা ভাবে
উদাহরণ : আজিৰ সমাজ স্বার্থপৰেৰে ভৰি আছে
সমার্থক : মতলবী, স্বার্থপৰ
অর্থ : যি স্বার্থৰে পৰিপূর্ণ ্ বা যি নিজৰ প্রয়োজন আদায় কৰি লয়
উদাহরণ : স্বার্থপৰ ্ মানুহৰ পৰা আঁতৰি থাকিব লাগে
সমার্থক : আত্মগ্রাহী, আত্মপৰায়ণ, আত্মসর্ব্বস্ব, স্বার্থপৰ, স্বার্থান্বেষী, ্স্বার্থপ্রণোদিত, ্স্বার্থপৰ্ায়ণ
ইনস্টল