সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : লেকেটীয়া বস্তুৰে কোনো ঠাইৰ ওপৰত বস্তু লগোৱা কার্য
উদাহরণ : তেওঁ ছবিবোৰ বেৰত লগালে
সমার্থক : লগা, লেও দিয়া
অর্থ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
উদাহরণ : শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
সমার্থক : লগ লগা, লাগি ধৰা, লিপিট খোৱা, সাবটি ধৰা
ইনস্টল