অর্থ : আইচলেণ্ডৰ ভাষা
উদাহরণ :
আইচলেণ্ডী উত্তৰ জার্মান ভাষা পৰিয়ালৰ অন্তর্গত
সমার্থক : আইচলেণ্ডী ভাষা
অর্থ : আইচলেণ্ডৰ সৈতে সম্বন্ধ থকা বা আইচলেণ্ডৰ
উদাহরণ :
আইচলেণ্ডীয় সংসদক আলথিংগ বা আলপিংগী বা আলপিঞ্জী বুলি কোৱা হয়
সমার্থক : আইচলেণ্ডীয়