সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সাতৰ লগত এক যোগ কৰিলে পোৱা সংখ্যা
উদাহরণ : চাৰি আৰু চাৰি মিলি আঠ হয়
সমার্থক : আঠ, ৮
অর্থ : সপ্তম শ্রেণীৰ ওপৰৰ শ্রেণী
উদাহরণ : গণেশে অষ্টম শ্রেণীত পঢ়ে
সমার্থক : অষ্টম শ্রেণী
অর্থ : গণনাত আঠ নম্বৰৰ স্থানত অহা
উদাহরণ : আজি আমাৰ অষ্টম কাকত আছে
সমার্থক : ৮ম
অর্থ : গণনাৰ হিচাপত আঠ নম্বৰ স্থানত উপনীত হোৱা এক অৱস্থা
উদাহরণ : শস্যৰ অষ্টম বস্তাটো ফাটি থাকিল
ইনস্টল