অর্থ : আমনি দিয়া কথা আদি
উদাহরণ :
আপুনি আপোনাৰ অশান্তিৰ কথা কওক, তাৰ সমাধানৰ উপায় বিচৰাৰ চেষ্টা কৰা হʼব
অর্থ : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা
উদাহরণ :
মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল
সমার্থক : বিহ্বলতা, মানসিক চাপ