পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অলংকাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অলংকাৰ   বিশেষ্য

অর্থ : মানুহৰ দ্বাৰা নির্মিত শোভাবর্ধক বস্তু

উদাহরণ : প্রত্যেক নাৰীয়েই অলংকাৰ ভাল পায়

সমার্থক : অলঙ্কাৰ, আভূষণ, আভৰণ, গহনা

অর্থ : সাহিত্যত বর্ণ্্না কৰাৰ সেই ৰীতি যাৰ দ্বাৰা চমৎকাৰিত্ব আৰু ৰোচকতা আহে

উদাহরণ : বিশেষভাৱে অলংকাৰ দুই প্রকাৰৰ, শ্্ব্দালংকাৰ আৰু অর্থালংকাৰ