অর্থ : অসাৱধান হৈ থকা অৱস্থা বা ভাব
উদাহরণ :
অসাৱধানতাৰে ৰাষ্টা পাৰ হোৱাৰ সময়ত মোহনক এখন গাড়ীয়ে খুন্দামাৰি থৈ গʼল
সমার্থক : অসাৱধানতা
অর্থ : কোনো কথা বা কামত মন লীন নোহোৱা দশা বা ভাব
উদাহরণ :
যোগৰ দ্বাৰা অমনোযোগিতা দূৰ কৰিব পাৰি
সমার্থক : ধ্যানহীনতা