অর্থ : উদাস হোৱা বা কোনো কামত মন নবহা অৱস্থা
উদাহরণ :
তেওঁৰ চেহেৰাত উদাসীনতা প্রকাশ পাইছিল
সমার্থক : অন্যমনস্কতা, উদাসী, উদাসীনতা
অর্থ : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
উদাহরণ :
আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
সমার্থক : অসন্তুষ্টি, অসন্তোষ