সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অকাৰণত আৰু অধিক খৰচ কৰা লোক
উদাহরণ : দিনেশ এজন অপব্যয়ী লোক
সমার্থক : অতিখৰচী, অপচয়িত, অপচয়ী, অপব্যয়িত, খৰচী, ব্যয়শীল, ব্যয়ী
অর্থ : অযথা কামত খৰচ কৰাজন
উদাহরণ : ওচৰ-চুবুৰীয়াৰ লʼৰাজন অপব্যয়ী
সমার্থক : খৰচী
ইনস্টল