সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এটাক এৰি দি কোনোবা এটা
উদাহরণ : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে
সমার্থক : অইন, অন্যান্য, আন, পৰ, বেলেগ
অর্থ : নিজৰ আত্মীয়-কুটুম্ব বা সমাজৰ বাহিৰৰ
উদাহরণ : তেওঁ পৰৰ ্সহায়তা কৰি ভাল পায়
সমার্থক : অন্যৰ, আন, আনৰ, পৰ, পৰৰ, লোকৰ
অর্থ : দ্বিতীয় কোনো
উদাহরণ : মোৰ লগত আন মানুহো আছে
সমার্থক : অইন, আন, আৰু, বেলেগ
ইনস্টল