অর্থ : ভোজনৰ ইচ্ছা বা আহাৰ খাবলৈ কৰা ইচ্ছা
উদাহরণ :
তেওঁৰ অন্নলিপ্সাই তেওঁক্ আহাৰ চুৰ কৰি খাবৰ কাৰণে বাধ্য কৰিলে
সমার্থক : অন্ন-লিপ্সা
অর্থ : খাবৰ কাৰণে ওপজা ইচ্ছা
উদাহরণ :
মাকক দেখিয়েই কেঁচুৱাটোৰ ভোক বাঢ়ি গʼল
সমার্থক : কলমলনি, কোষ্ঠাগ্নি, ক্ষুধা, জঠৰজ্বালা, জঠৰাগ্নি, জঠৰানল, পেটৰ পোৰণি, বুভুক্ষা, ভোক, ভোজনেচ্ছা