অর্থ : অন্ধবিশ্বাস কৰোতা ব্যক্তি
উদাহরণ :
আধুনিক যুগতো অন্ধবিশ্বাসীৰ অভাৱ নাই
সমার্থক : অন্ধ-বিশ্বাসী
অর্থ : অন্ধবিশ্বাস কৰোতা
উদাহরণ :
ধর্মৰ ্নামত অন্ধবিশ্বাসী ব্যক্তিক ঠগিবলৈ সহজ হয়
সমার্থক : অন্ধ-বিশ্বাসী