সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দুটা বস্তু বা বিন্দুৰ মাজৰ স্থান বা মাত্রা
উদাহরণ : ঘৰৰপৰা কার্যালয়লৈকে দূৰত্ব প্রায় এক কিলোমিটাৰ
সমার্থক : তফাৎ, দূৰত্ব, পার্থক্য
অর্থ : ভাল-বেয়াৰ সঠিক আৰু স্পষ্ট জ্ঞান উপল্্ব্ধ হোৱা শক্তি
উদাহরণ : অন্তৰৰ পৰা ওলোৱা মাত সঁ্চা হয়
সমার্থক : অন্তঃকৰণ, অন্তৰাত্মা, হৃদয়
ইনস্টল