অর্থ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণ নি্র্ণ্্য় কৰা
উদাহরণ :
পুলিচে তথ্য সমূহৰ অনুসন্ধান কৰি আছে
সমার্থক : অন্বেষণ কৰা, পৰীক্ষণ কৰা
অর্থ : কোনো বিষয়ৰ সত্যতা আৰু অসত্যতা নিৰূপণ কৰা
উদাহরণ :
বৈজ্ঞানিকে কৃষ্ণ-গহ্বৰৰ বিষয়ে অনুসন্ধান কৰি আছে
অর্থ : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
উদাহরণ :
পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
সমার্থক : অন্বেষণ কৰা, বিচৰা