অর্থ : যিজনে অনুসন্ধানৰ কাম কৰে
উদাহরণ :
অনুসন্ধানকাৰীয়ে ডকাইতৰ দলটোৰ সন্ধান পালে
অর্থ : যিজনে কোনো কথা বা বস্তুৰ বিষয়ে অনুসন্ধান কৰে বা সম্ভেদ বিচাৰে
উদাহরণ :
অৱশেষত অনুসন্ধানকাৰীৰ দলে হত্যাকাৰীৰ খবৰ বিচাৰি উলিয়ালে
অর্থ : অনুসন্ধান কৰা ব্যক্তি
উদাহরণ :
অনুসন্ধানকাৰীয়ে অনুসন্ধান কার্যত ্লাগি আছে
সমার্থক : অনুসন্ধান কর্তা