অর্থ : নিন্দাৰ অযোগ্য
উদাহরণ :
কিছুমান মানুহে অনিন্দনীয় লোকৰো নিন্দা কৰিবলৈ এৰি নিদিয়ে
সমার্থক : অনিন্দ্য
অর্থ : যি প্রশংসাৰ যোগ্য
উদাহরণ :
আনৰ কাৰণে প্রাণ দিব পৰাজন প্রশংসনীয়
সমার্থক : অনিন্দ্য, খ্যাতিকৰ, খ্যাতিজনক, খ্যাতিমন্ত, খ্যাতিমান, প্রশংসনীয়, প্রশংসিতব্য, যশস্কৰ, ্মর্যাদাপূর্ণ