সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো জ্ঞাত নহয়
উদাহরণ : এইটো মোৰ অজ্ঞাত বিষয় কোনো অপৰিচিত ব্যক্তিয়ে তেওঁক ্ সদায় ফোনত ধমকি দিয়ে
সমার্থক : অচিন, অচিন-অজান, অচিনা-অজনা, অচিনা-আবৈয়া, অচিনাকি, অজান, অজানা, অপৰিচিত, নজনা-নুশুনা
অর্থ : যিটো লুকুৱাই থোৱা হৈছে
উদাহরণ : তেওঁ এই বিষয়ৰ লগত সম্বন্ধিত এটা গোপনীয় কথা কʼলে
সমার্থক : অপ্রকাশ্য, গুপ্ত, গুহ্য, গোপন, গোপনীয়, চাপাচী, নিগূঢ়, প্রচ্ছন্ন, লুক্কায়িত
ইনস্টল