অর্থ : অগ্নিনি্র্বাপক বিভাগত কাম কৰা কর্ম্্চাৰী
উদাহরণ :
অগ্নিনি্র্বাপক বাহিনীয়ে সোনকালে জুই নুমুৱাবলৈ সক্ষম হʼল
সমার্থক : অগ্নিনি্র্বাপক কর্মী
অর্থ : অগ্নিনি্র্বাপক বিভাগত কাম কৰা কর্ম্্চাৰীৰ সমূহ
উদাহরণ :
জুই লগাৰ খবৰ পোৱাৰ লগে-লগেই অগ্নিনি্র্বাপক বাহিনী ঘটনাস্থলীত গৈ উপস্থিত হʼল
অর্থ : জুই নিয়ন্ত্রিত কৰিবৰ কাৰণে গঠন কৰা বিভাগ
উদাহরণ :
মিশ্রদাই অগ্নিনি্র্বাপক বাহিনীত কাম কৰে
সমার্থক : অগ্নিনি্র্বাপক বিভাগ