অর্থ : যিটো খণ্ড বা ভাগ কৰা হোৱা নাই
উদাহরণ :
ভাৰতবর্ষই অখণ্ডিত হীৰাৰ আমদানি কৰে
অর্থ : যিটো কটা বা খণ্ডিত কৰা হোৱা নাই
উদাহরণ :
ভিক্ষাৰীয়ে নকটা আঙুলিটোত পট্টী বান্ধি থৈছে
সমার্থক : নকটা
অর্থ : যাক কাটিব পৰা নাযায় বা খণ্ডন কৰিব নোৱাৰি
উদাহরণ :
আপোনাৰ যুক্তি অকাট্য
সমার্থক : অকাট্য, অখণ্ডনীয়, পানী নসৰকা