অর্থ : অক্ষৰ অংশ
উদাহরণ :
মুম্বাই কিমান অক্ষাংশত স্থিত ?
অর্থ : ভূগোল শাস্ত্রত পৃথিৱীৰ পূবৰ পৰা পশ্চিমলৈ যোৱা সমান্তৰাল কাল্পনিক ৰেখাডাল
উদাহরণ :
তেওঁ ্ ভৌগোলিক মানচিত্রত অক্ষাংশ ৰেখাৰ স্থিতি চাই আছে
সমার্থক : অক্ষ ৰেখা, অক্ষাংশ ৰেখা, অক্ষৰেখা